Skip to main content

Bloggerত ফুড ব্লগ এটা কিদৰে খুলিব (Step by Step Guide)

Blogger হৈছে সকলোতকৈ সহজ এটি ব্লগিংৰ মাধ্যম| Blogger  ক প্ৰথমতে পায়ৰা লেবচে গড়ে যদিও দুহেজাৰ তিনি চনত ইয়াক গুগলে ক্ৰয় কৰি লয়|  Blogger  দ্বাৰা গড়া ব্লগ বোৰৰ hosting  গুগলে কৰে আৰু চাবডমেইন blogspot.com ত উপলব্ধ হয়| এনে ব্লগবোৰ ব্লগাৰৰ নিজা কাচতম ডমেইনটো উপলব্ধ হয়|

Blogger ত ফুড ব্লগ এটা খোলাৰ আগতে কিছুমান জানিব লগীয়া কথা :
 • ফুড ব্লগ মানে কি?
• WordPress কি ?

Blogger ত ব্লগ কিদৰে খুলিব

STEP 1

 Blogger ত বিনামূলীয়া ব্লগ এটা খুলাৰ আগতে আপুনি Blogger  একাউন্ট এটা খুলাৰ দৰকাৰ| ক্লিক কৰক ->
 sign in to Blogger 

Blogger একাউন্ট খুলিবলৈ আপোনাৰ দৰকাৰী Google username  আৰু password.

STEP 2

Blogger  একাউন্ট sign in  কৰাৰ পাছত বাওঁফালে থকা তলমূখীয়া কাড় দাল টেপিব| ক্লিক কৰিব "New Blog"| ক্লিক কৰিলে তলত দেখুৱাৰ দৰে পাব|


STEP 3

এটিয়া আপুনি নিজৰ পচন্দৰ ব্লগ নাম এটা টাইপ কৰক তলত দেখুৱাৰ দৰে|


STEP 4

এইদৰে ব্লগ নাম টাইপ কৰাৰ পাছত ব্লগ এড্ৰেচ টাইপ কৰিব তলত দেখুৱাৰ দৰে|কেতিয়াবা আপুনি বিচৰা সেই নামৰ ব্লগ এড্ৰেচ নপাবও পাৰে, অন্য কোনোবাই সেই নামৰ ব্লগ আগতেই বনাই লব পাৰে| তেতিয়া অন্য নাম টাইপ কৰি বিছাৰিব যেতিয়ালৈ আনে ব্যবহাৰ নকৰা ব্লগ নাম আৰু এড্ৰেচ বিছাৰি নাপায়|



STEP 5


ওপৰৰ ফটো খনত দেখুওৱা যি কোনো এটা Theme ক্লিক কৰি (এই থিম পিছত সলাবও পাৰে) সোঁফালে তলত থকা "Create blog" ত ক্লিক কৰক|

এইদৰে আপুনি Bloggerত বিনামূলীয়া ফুড ব্লগ এটা খুলিব পাৰে|

 (পৰবৰ্তী ব্লগ পষ্টত ৰেচিপি কিদৰে পষ্ট কৰিব পাৰি তাৰ বিষয়ে পাব|)

কিবা জানিবলৈ তলত কমেন্ট কৰিব পাৰে আৰু যদি পষ্ট টো ভাল পালে আৰু ফুড ব্লগিংৰ ওপৰত আৰু পষ্ট পাবলৈ ব্লগটো Subscribe  কৰিব নাপাহৰিব|


Comments

Post a Comment