Skip to main content

সহজ নাৰিকলৰ কেক | No-Bake Easy Frozen Coconut Cake

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো|নাৰিকলৰ কেক, য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম |

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে | বিস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

 খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো |

সহজ নাৰিকলৰ কেক | No-Bake Easy Frozen Coconut Cake 


📎Course : Dessert 
📎Cuisine : Continental 
🔪Preparation Time : 15 minutes
♨Freezing Time : 3 hours
🕞Total : 3-4 hour 15 minutes

INGREDIENTS:

  • এফাল নাৰিকল ৰুকি লোৱা (নাৰিকলটো অলপ কুমলীয়া হলে বেছি ভাল)
  • 1/2 কাপ চেনি 
  • 1 কাপ ডাঠ ক্ৰীম
  • 1 পেকেট সৰু মেৰী বিস্কুট
  • 4-5 চামুচ বাটাৰ
খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

METHOD:

  1. মেৰী বিস্কুট খিনি গ্ৰাইন্ডাৰত মিহিকৈ গুৰি কৰি লব| 
  2. এটিয়া তাত বাটৰ মিহলাই পূণৰ গ্ৰাইন্ডাৰত পিচি লব|
  3. এটিয়া এখন বেকিং ট্ৰে বা অন্য পাত্ৰত বিস্কুটৰ গুৰি খিনি এখন চামুচৰ সহায়েৰে পাত্ৰটোৰ তলত চাৰিওফালে হেচি হেচি সমান কৰি এটা বেচ বনাই লব| এই বেচটো কঠিন হবলৈ 10 মিনিট ফ্ৰীজত থৈ দিব | 
  4. এই খিনি সময়ত ৰুকী লোৱা নাৰিকল খিনি গ্ৰাইন্ডাৰত মাৰি একেবাৰে মিহি পেষ্ট ধৰনৰ বনাই লব | প্ৰয়াজন হলে অলপমান পানী ব্যৱহাৰ কৰিব পাৰে | নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰিলে বেছি ভাল|
  5. চেনি খিনিও গ্ৰাইন্ডাৰত মিহিকৈ পিচি লব|
  6. এটিয়া এটা পাত্ৰত নাৰিকলৰ পেষ্ট, চেনি আৰু ডাঠ ক্ৰীম খিন ভালদৰে মিহলাই লব| 
  7. এটিয়া পাত্ৰটো ফ্ৰীজৰ পৰা উলিয়াই আনি বিস্কুটৰ বেচৰ ওপৰত নাৰিকলৰ পেষ্টৰ মিস্কাৰ খিনি সাবধানে বাকী দিব|চামুচৰ সহায়ত চাৰিওফাল সমান কৰি দিব| 
  8. এটিয়া পাত্ৰটো 3-4 ঘণ্টাব বাবে দীপ ফ্ৰীজাৰত থৈ দিব|
  9. তিনি ঘণ্টাৰ পিছত দেখিব যে কেক টান হৈ পৰিছে |
  10. এটিয়া আকৌ 15-30 মিনিট এনেয়ে ফ্ৰীজত থৈ দিব  কেকটো কোমল হৈ পৰিব|
  11. তাৰ পিছতে নাৰিকলৰ কেক পৰিবেশন কৰিব পাৰিব| কটাৰীৰে কাটি পৰিবেশন কৰিব|
য়দি ৰেচিপিটো ভাল লাগিল, আগলৈয়ো এনেকুৱা ৰেচিপি পাই থাকিবলৈ আপোনাৰ ইমেইল টো টাইপ কৰি চাৱচক্ৰাইব কৰিব নাপাহৰিব| 
Enter your email address:


Delivered by FeedBurner

Comments

Post a Comment

Popular posts from this blog

List of Vegetables used in Assamese Cuisine with their English name.

List of Fruits found in Assam with their English Names

Green Tomato Pickle

Assamese Style Mati Mahor Dail | Black Gram with Papaya and Ginger Leaves

Kasuri Methi Chicken Curry | Chicken Curry Recipe With Dried Fenugreek Leaves

SalemMango: Pure Buffalo Ghee and Pure Cow Ghee Review

30 Assamese Pitika Recipes

Mamoi Tamul (Chrysalidocarpus lutescens)

Difference Between Baking Powder and Baking Soda

Preserved Lemons With Salt | Nimokhot Diya Gul Nemu